Breaking

লাহৰীঘাট ৰাজহ চক্র বিষয়া বিকাশ চেত্ৰীক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ তৰফৰ পৰা সম্বৰ্ধনা

0 68

১১ ফেব্ৰুৱাৰীৰ পৰা ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ঘৰে ঘৰে ‘দৈনন্দিন বাৰ্তা’, ‘দ্য আছাম ৰাইজিং’, ‘আলোকপ্ৰভঞ্জন’ আৰু মোবাইলে মোবাইলে ‘ডিবি নিউজ’ অভিযান সফল কৰি তুলিবলৈ

সোমবাৰে লাহৰীঘাট ৰাজহ চক্র কাৰ্যালয়ৰ চক্র বিষয়া বিকাশ চেত্ৰীক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’য়ে প্ৰেৰণ কৰা ফুলাম গামোচা, প্ৰশস্তি পত্ৰ , এখন দৈনন্দিন বাৰ্তা কাকত, এখন আছাম ৰাইজিং আৰু আলোক প্ৰভঞ্জন কাকতেৰে তেওঁৰ নিজা কাৰ্যালয়ত সম্বৰ্ধনা জনোৱা হয়।

-খাইৰুল ইছলাম, ভূৰাগাঁও ,মৰিগাঁও

Leave A Reply