August 18, 2023 দুৰ্নীতিগ্ৰস্ত বিষয়া মনোজ কুমাৰ শইকীয়াৰ বাসগৃহত লাখে লাখে টকা উদ্ধাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail দুৰ্নীতিগ্ৰস্ত বিষয়া মনোজ কুমাৰ শইকীয়াৰ বাসগৃহত লাখে লাখে টকা উদ্ধাৰ ৷ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জব্দ প্ৰায় ৪৫.৫৪ লাখ টকা৷ হাফলঙত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল শইকীয়া ৷ Author: দৈনন্দিন বাৰ্তা Related Articles কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ । দৈনন্দিন বাৰ্তা - December 18, 2025 গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM দৈনন্দিন বাৰ্তা - December 18, 2025 ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi দৈনন্দিন বাৰ্তা - December 16, 2025