Breaking

লামডিং সংৰক্ষিত বনাঞ্চলৰ ভূ-মাফিয়া নজৰুলক এনকাউন্টাৰ

0 2,247

ভূ-মাফিয়ালৈ লক্ষ্য কৰি গুলী লামডিঙ আৰক্ষীৰ।লামডিং সংৰক্ষিত বনাঞ্চলৰ মাটিৰ দালাল নজৰুলক লৈ হোজাইৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছিল বনাঞ্চলত।লামডিং সংৰক্ষিত বনাঞ্চলৰ ভূমাফিয়াৰ মাষ্টাৰমাইণ্ড নজৰুল ইছলামক এনকাউন্টাৰ ।যোৱা নিশা লামডিঙ আৰক্ষী ভূ মাফিয়া  নজৰুলক লৈ বনাঞ্চলৰ অনন্য মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে পলাবলৈ চেষ্টা চলাইছিল নজৰুলে।লামডিঙ আৰক্ষীৰ বন্দুক লৈ আৰক্ষীৰ গাড়ীত নজৰুলে কৰিলে গুলী তেতিয়াই লামডিঙ আৰক্ষী উপাই নাপাই নজৰুলৰ ভৰিত গুলী মাৰে।বৰ্তমান নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰিছে গুলীবিদ্ধ নজৰুল ইছলামক।

Leave A Reply