June 28, 2021 BREAKING গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ভাং Share FacebookTwitterWhatsAppTelegramKooEmail গুৱাহাটী ৰে’লৱে পুলিচে জব্দ কৰে ভাংখিনি ।৩গৰাকী মহিলাই ৰে’লত আহিছিল ভাংখিনি ।জব্দ কৰা ভাংখিনিৰ মূল্য প্ৰায় ১ লাখ টকা । মহিলাকেইগৰাকী সুনিতা দেৱী, অৰপিতা দেৱী আৰু কিৰণ দেৱী ,আগৰতলাৰ পৰা বিহাৰলৈ নিয়া হৈছিল ভাঙখিনি । Author: দৈনন্দিন বাৰ্তা Related Articles বাংলাদেশত হিন্দু হত্যাৰ বিৰুদ্ধে নতুন দিল্লীত হিন্দু সংগঠনৰ ব্যাপক প্ৰতিবাদ দৈনন্দিন বাৰ্তা - December 23, 2025 তুলিৰামৰ সাম্ৰাজ্যত ‘লংকাকাণ্ড’; প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে পিতৃগৃহ দৈনন্দিন বাৰ্তা - December 23, 2025 বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন: ৰঙিয়াৰ পৰা এজন যুৱক আটক । দৈনন্দিন বাৰ্তা - December 23, 2025