Latasil bihu 2025: ২০২৫ৰ লতাশিলৰ বিহু সম্ৰাজ্ঞী খিতাপ লাভ কৰি কি ক’লে মৰাণৰ লিজামণি শেনচোৱাই ?

লতাশিল বিহু সম্ৰাজ্ঞীৰ ফলাফল ঘোষণা৷(Latasil bihu 2025)

লতাশিল বিহু সম্ৰাজ্ঞী ২০২৫ৰ খিতাপ মৰাণৰ লিজামণি শেনছোৱালৈ।

মুঠ ৯ গৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল প্ৰতিযোগিতাত৷।

আনহাতে লতাশিলৰ বিহুৰাণী হয় ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁই।

বিহু কুঁৱৰী হয় দুলিয়াজানৰ দীক্ষা গগৈ।

লতাশিল বিহু সম্ৰাজ্ঞী ২০২৫ৰ খিতাপ অৰ্জন কৰি মৰাণৰ লিজামণি শেনছোৱাই ক’লে প্ৰত্যেক গৰাকীৰ নাচনীৰে সপোন থাকে, মোৰো আছিল আৰু মোৰ সপোনে পূৰ্ণতা পালে।

Related Articles