Breaking

ঘোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ শিক্ষা বিভাগৰ লাওখোৱা খণ্ডৰ কনিষ্ঠ সহায়ক

0 92

উৎকোচ লওঁতেই আটক লাউখোৱা শিক্ষা খণ্ডৰ কৰ্মচাৰী৷

আটক কৰিলে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই৷

কৰ্মচাৰীগৰাকীৰ নাম বিপুল মেচ৷

সোমবাৰে বিয়লি নগাঁও জয়শ্ৰী হল চাৰিআলিত হাতে-লোটে আটক বিপুল মেচক৷

উল্লেখ্য যে কৰ্মচাৰীগৰাকী লাউখোৱা শিক্ষা খণ্ডৰ কনিষ্ঠ সহায়ক।

Leave A Reply