বিশ্ব মহিলা বক্সিঙত লাভলিনাৰ জয়

অসমৰ ক্ৰীড়া জগতৰ বাবে সুখবৰ

বিশ্ব মহিলা বক্সিঙত লাভলিনা বৰগোঁহাইৰ জয়লাভ

তুৰস্কৰ ইষ্টানবুলত অনুষ্ঠিত বিশ্ব মহিলা বক্সিঙত লাভলিনা জয়

বক্সিঙৰ ৭০ কেজি শাখাত লাভলিনাৰ বৃহৎ জয়লাভ

লাভলিনাৰ হাতত ধৰাশায়ী প্ৰাক্তন বিশ্ব চেম্পিয়ন চীনৰ শক্তিশালী খেলুৱৈ চেন নিয়েন চিন

২০২১ চনৰ টকিঅ’ অলিম্পিক গেমছতো লাভলিনাই চীন টাইপেৰ খেলুৱৈ গৰাকীক পৰাজিত কৰিছিল

প্ৰতিযোগিতাত অসমৰ আনগৰাকী বক্সাৰ অংকুশিতা বড়োৱে প্ৰথম ৰাউন্ডত বাই পাইছে

Related Articles