পথ দুৰ্ঘটনাত থিতাতে নিহত লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈৰ…

লখিমপুৰ কণানদীত ভয়ংকৰ পথ দুৰ্ঘটনা।

পথ দুৰ্ঘটনাত থিতাতে নিহত লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈৰ।

নিজা গাড়ীৰে ঢকুৱাখনালৈ গৈ থকাৰ পথতে দুর্ঘটনা সংঘটিত হয়।

Related Articles