Breaking

কেন্সাৰ প্ৰতিৰোধী অমিতাৰ বিষয়ে জানক…

0 86

কেন্সাৰ প্ৰতিৰোধী অমিতা –

বিভিন্ন গৱেষণাত এই কথাও প্ৰমাণিত হৈছে যে, অমিতা নিয়মীয়াকৈ খাই থাকিলে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ পৰাও বাচি থাকিব পাৰি। যিসকল ৰোগীৰ কেন্সাৰৰ চিকিৎসা চলি আছে, তেনে ৰোগীৰ কাৰণেও অমিতা যথেষ্ট উপকাৰী।

এন্টিঅক্সিডেন্টযুক্ত যি ১৪ বিধ ফল আৰু পাচলি বিজ্ঞানীসকলে চিনাক্ত কৰিছে। সেইবিলাকৰ ভিতৰত অমিতাই একমাত্ৰ ফল, য’ত কেন্সাৰ প্ৰতিৰোধী উপাদান আছে।

অমিতাই হৃদৰোগো প্ৰতিৰোধ কৰিব পাৰে:

অমিতাত লাইকোপিন নামৰ এবিধ এন্টিঅক্সিডেন্ট থাকে, যিবিলাকে মানুহক হৃদৰোগৰ পৰা ৰক্ষা কৰিব পাৰে।

বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে যে, একেৰাহে ১৪ সপ্তাহ ধৰি অমিতা পাচলি বা পকা অমিতা খাই থাকিলে হৃদৰোগৰ পৰা বাচি থাকিব পাৰি।

জ্বলা-পোৰাৰ পৰা ৰক্ষা কৰে:

জ্বলা-পোৰা কৰা বা বিষ হৈ থকাটো কেইবাবিধো ৰোগৰ প্ৰধান লক্ষণ।

অমিতাত পোৱা ভিটামিন আৰু এন্টিঅক্সিডেন্ট উপাদানে শৰীৰৰ বিষ বা জ্বলা-পোৰা সৃষ্টি কৰা কাৰকবিলাক হ্ৰাস কৰে।

Leave A Reply