নাৰিকল তেলৰ বিভিন্ন ঔষধি গুণ জানো আহক…
- নাৰিকল তেলে এলঝেইমাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।
- পৰিপুষ্টি বিজ্ঞানত প্ৰমাণ হৈছে যে নাৰিকল তেল যিসকলে খায়, তেওঁলোকৰ হৃদৰোগ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
- নিয়মীয়াকৈ নাৰিকল তেল খালে বৃক্কৰ সংক্ৰমণ প্ৰতিৰোধ হয়।
- আৰ্থ্ৰাইটিছ ৰোগৰ বাবেও নাৰিকল তেল অতি উত্তম।
- কেঞ্চাৰ ৰোগীসকলেও নাৰিকল তেল নিয়মীয়াকৈ খাব পাৰে।
- নাৰিকল তেলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
- নাৰিকল তেলে নামৱ দেহৰ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে স্মৃতিশক্তিতো প্ৰভাৱ পেলায়।
Coconut oil with fresh coconut half on wooden background
- নিয়মীয়াকৈ নাৰিকল তেল গ্ৰহণ কৰাসকলৰ শাৰীৰিক ক্ষমতা অন্য লোকৰ তুলনাত বেছি।
- নাৰিকল তেলে গলব্লাডাৰ আৰু পেংক্ৰাইটিছ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
- নিয়মীয়াকৈ নাৰিকল তেল শৰীৰত লগালে ছাল মসৃণ হয়।
- নাৰিকল তেল খোৱাসকলৰ দাঁতৰ ৰোগ কম হোৱাৰ লগতে দাঁতৰ আলুও সুস্থ হয়।
- চুলিৰ বাবেও নাৰিকল তেল উত্তম।
- নিয়মীয়াকৈ নাৰিকল তেলেৰে মালিচ কৰিলে শৰীৰৰ পেশী সবল হোৱাৰ লগতে চৰ্বি হ্ৰাস হয়।
- নাৰিকল তেলে হৰম’নৰ সমতা ৰক্ষা কৰে বাবে ছালৰ ৰোগ প্ৰতিৰোধত সহায়ক হয়।