Breaking

শিৱসাগৰৰ কোঁৱৰপুৰৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ লীলাকান্ত মহন্তৰ

0 75

শ্ৰীশ্ৰী বৰখাতপাৰ সত্ৰৰ পৰম পূজ্যপাদ সত্ৰাধিকাৰ, অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি লীলাকান্ত মহন্তই শিৱসাগৰৰ কোঁৱৰপুৰৰ বাসগৃহত জীনৱৰ শেষ নিশ্বাস ত্যাগ কৰে।

সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰেৰে অসমৰ সমাজ জীৱনলৈ অহোপুৰুষাৰ্থ অৱদান আগবঢ়াই থৈ গৈছে লীলাকান্ত মহন্তই। তেখেতৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী বিমল বড়াইও। লীলাকান্ত মহন্ত প্ৰাক্তন আৰক্ষীসঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ পিতৃ আছিল।

Leave A Reply