Breaking

সুৰা সম্ৰাট বিজয় মালিয়াক ৪ মাহৰ কাৰাদণ্ড

0 1,320

সুৰা সম্ৰাট বিজয় মালিয়াক ৪ মাহৰ কাৰাদণ্ড।দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এই ৰায় দান।

লগতে ভৰিব লাগিব ২০০০ টকাৰ জৰিমনা।যদি জৰিমনা নিদিয়ে তেন্তে ২ মাহৰ অতিৰিক্ত কাৰাবাস আদালত অৱমাননাৰ বাবে উচ্চতম ন্যায়ালয়ৰ এই ৰায়।

Leave A Reply