স্থানীয় বাৰ্তা

Jadav Goswami jatiya vidyalaya: যাদৱ গোস্বামী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ সফল সমাপ্তি

ঐতিহ্যমণ্ডিত বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ ছহীদ নগৰী বৰঙাবাৰীস্থিত(Jadav Goswami jatiya vidyalaya) জাতীয় শিক্ষাৰ অন্যতম ধ্বজাবাহী যাদৱ গোস্বামী জাতীয় বিদ্যালয়ে গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈছে।

Ramakanto Deori: বনফুল প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী সভাত ৰমাকান্ত দেউৰীৰ দুখনকৈ গ্ৰন্থ উন্মোচন

(Ramakanto Deori) এখনি গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয়৷ উক্ত সভাত লেখক তথা ভাৰতীয় বন সেৱাৰ অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া ৰমাকান্ত দেউৰীয়ে লিখা 'দেউৰী জনগোষ্ঠীৰ পাটৰগঞা খেলৰ ইতিহাস" শীৰ্ষক গ্ৰন্থখন উন্মোচন ৷

Mausum Hazarika: বিশিষ্ট কবি সাহিত‍্যিক মৌচম হাজৰিকাক ‘পদ্মাপ্ৰিয়া সাহিত‍্য বঁটা’ প্ৰদান

Mausum Hazarika: বিশিষ্ট কবি সাহিত‍্যিক মৌচম হাজৰিকাক ‘পদ্মাপ্ৰিয়া সাহিত‍্য বঁটা’ প্ৰদান

Karora Higher Secondary School: চৰকাৰী বিদ্যালয়ৰ জয়যাত্ৰা, কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা আৰু বিজ্ঞান শাখাত নামভৰ্তিৰ বাবে হেতাওপৰা

সম্প্ৰতি সময়ত অসমৰ ভিন্ন প্ৰান্তত অবস্থিত ব্যক্তিগতখণ্ডৰ(Karra Higher Secondary School) শিক্ষানুষ্ঠানসমূহত ২০২৫-২৬ শিক্ষাবৰ্ষত বিভিন্ন শাখাত নামভৰ্তিৰ বাবে সদ্য উত্তীৰ্ণ মেট্ৰিক পৰিক্ষাৰ্থী সকলক বিদ্যালয় কৰ্তৃপক্ষই আকষৰ্ণৰ বিভিন্ন চেষ্টা অব্যাহত ৰাখিছে।

North Lakhimpur College: নৰ্থ লখিমপুৰ কলেজত আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰ, ম্যানমাৰ, বাংলাদেশ, থাইলেণ্ডৰ অধ্যাপকৰ অংশগ্ৰহণ

ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি নৰ্থ(North Lakhimpur College) লখিমপুৰ কলেজ আয়োজিত হয় এক আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰৰ৷ যোৱা ২৫ আৰু চ্ছ এপ্ৰিলত ‘ইয়াণ্ডাবু সন্ধি আৰু ঊনবিংশ শতিকাৰ অসম’ শীৰ্ষক এই আলোচনা-চক্ৰ অনুষ্ঠিত হৈ যায়৷

Popular