স্থানীয় বাৰ্তা

Nandini Kashyap: ২০২৫-২০২৬ নাট্যবৰ্ষৰ বাবে নন্দিনী কাশ্যপৰ সৈতে থকা চুক্তি বাতিল কৰিলে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই

২০২৫-২০২৬ নাট্যবৰ্ষৰ বাবে নন্দিনী (Nandini Kashyap) কাশ্যপৰ সৈতে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই বাতিল কৰিলে চুক্তি।

অভিনেত্ৰী নন্দিনী কাশ্যপ গ্ৰেপ্তাৰ, আজি হাজিৰ হ’ব আদালতত । ছামিউল হকৰ মৃত্যু: ৰাজ্যজুৰি ক্ষোভ, থিয়েটাৰে বাতিল কৰিলে চুক্তি ।  Assamese Actress Nandini Kashyap 

অভিনেত্ৰী নন্দিনী কাশ্যপ গ্ৰেপ্তাৰ, আজি হাজিৰ হ’ব আদালতত । ছামিউল হকৰ মৃত্যু: ৰাজ্যজুৰি ক্ষোভ, থিয়েটাৰে বাতিল কৰিলে চুক্তি ।  Assamese Actress Nandini Kashyap 

গান্ধাৰীৰ ভাও আৰু কিমান দিনলৈ ! আমি চিন্তাধাৰা সলনি কৰিবৰ হ’ল

অসমত বোলে এতিয়া শান্তিয়েই শান্তি। এতিয়া হেনো ৰাজপথত কোনেও আন্দোলন কৰিবলগীয়া নাই। সকলো সুখ-শান্তি এতিয়া মানুহে ঘৰতে শুই-বহি উপভোগ কৰিলেই হ'ল।

Kaliabor News: সমন্বিত যুৱতীৰ্থ কলিয়াবৰ গাণিকাৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ সমাপ্তি

কলিয়াবৰ জিলা সত্ৰ (Kaliabor News) মহাসভাৰ পুত্ৰানুষ্ঠান সমন্বিত যুৱতীৰ্থ কলিয়াবৰ সমিতিৰ ব্যৱস্থাপনাত গাণিকা বিষয়ত ১৮ জুলাইৰ পৰা ২৭ জুলাইলৈকে গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি পৰে।

Kakopathar News: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ আয়োজন নাট সমাৰোহৰ

কাকপথাৰত নাট সমাৰোহ (Kakopathar News) সম্পন্ন৷ ৬ খনকৈ নাট প্ৰদৰ্শন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে আয়োজন কৰে নাট সমাৰোহ৷

Popular