স্থানীয় বাৰ্তা

তেজপুৰত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ, প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি উত্তেজনা । Congress

তেজপুৰত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ, প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি উত্তেজনা । Congress

Weather: বতৰে বিহু খুৱাব নে ? বিহুৰ প্ৰাক মুহূৰ্তত বতৰৰ কালৰূপ

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন।(Weather)বিহুৰ আগমুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা সৃষ্টি। গুৱাহাটী মহানগৰীত ধূলিৰ ধুমুহাত ব্যাহত হৈ পৰিছে জনজীৱন।

Anuprabha Devi: অসম সাহিত্য সভাৰ হিতৈষী সভ্য শিক্ষক অনুপ্ৰভা দেৱীলৈ স্বর্ণজ্যোতি সাহিত্য প্ৰেৰণা বঁটা

অসম সাহিত্য সভাৰ অন্তৰ্গত মাজুলীৰ প্ৰথমটো সুহৃদ পৰিয়ালৰ অন্যতম হিতৈষী সভ্য, মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্যা তথা শিক্ষক অনুপ্ৰভা দেৱীলৈ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি নলিনীবালা দেৱীৰ স্মৃতিত স্বর্ণজ্যোতি সাহিত্য প্ৰেৰণা বঁটা প্ৰদান কৰা হৈছে।(Anuprabha Devi)

Youth Award Honors:যুৱ সাহিত্যিক পাপৰি বৰ্মনলৈ ৰাষ্ট্ৰীয় বটাঁ

দৈনন্দিনবাৰ্তাৰ সেৱা, পশ্চিম নলবাৰী, ৯ এপ্ৰিল: পশ্চিম নলবাৰী অঞ্চলৰ চামতাৰ সন্তান তথা অসমীয়া সাহিত্য জগতৰ তৰুণ গল্পকাৰ পাপৰি বৰ্মনলৈ এইবাৰ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সন্মান(Youth Award Honors)।

Chutia Jati Sammelan:১০ এপ্ৰিলত ঢকুৱাখনাত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ শততম প্ৰতিষ্ঠা দিৱস

দৈনন্দিন বাৰ্তাৰ সেৱা, ঢকুৱাখনা, ৯ এপ্ৰিল : অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ পৱিত্ৰ মঞ্চ ১৯২৫ চনৰ ১০ এপ্ৰিলত প্রতিষ্ঠা লাভ কৰা সদৌ চুতীয়া জাতি সন্মিলন(Chutia Jati Sammelan), অসমে ১০ এপ্রিল, ২০২৫ তাৰিখে শতবর্ষ সম্পূৰ্ণ কৰিছে।

Popular