স্থানীয় বাৰ্তা

ডঃ বাণীকান্ত কাকতি এৱাৰ্ড পোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা । Hojai

ডঃ বাণীকান্ত কাকতি এৱাৰ্ড পোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা । Hojai

Dibrugarh: বিহুৰ প্ৰাকক্ষণত বিহু নৃত্যৰে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল চাবুৱাৰ পটীয়সী

উৰিষ্যাৰ পুৰীত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় শ্ৰী জগন্নাথ ধাম নৃত্য আৰু সংগীত উৎসৱত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ সাত গৰাকী কৈ প্ৰতিযোগীয়ে বিভিন্ন শাখাত নৃত্য প্ৰদৰ্শনেৰে বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল।(Dibrugarh)

Kamrup News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভৰ অনুষ্ঠানত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধ্যাপকৰ তিনিখনকৈ বিজুলী পাংখা প্ৰদান

৪ এপ্ৰিলত অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত সমগ্ৰ অসমৰ চাহ বাগান অধ্যুষিত এলেকাত ১১৮ খন আদৰ্শ মাধ্যমিক বিদ্যালয়ত নামভৰ্ত্তিৰ শুভাৰম্ভনি হৈছিল।(Kamrup News)

Eviction drive: কচুতলিত প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান

কচুতলিৰ জনজাতীয় আবেষ্টনীৰ ভূমি তথা চৰকাৰী চৰনীয়া পথাৰ বৃহৎ অংশ ভূমি সন্দেহজনক লোকে অবৈধ ভাৱে বেদখল কৰি আছিল।(Eviction drive)

Roha News: প্ৰতিধ্বনি শুনো আমি প্ৰতিধ্বনি শুনো

ৰহা উচ্চতৰ মাধ্যমিকৰ আমি বহা বেঞ্চবোৰত যেন ৪৫বছৰ আগৰ আমি কিশোৰ-কিশোৰী।(Roha News) স্মৃতিৰ দাপোনত উজলিছিল আমাৰ শ্ৰেণীকোঠা।

Popular