স্থানীয় বাৰ্তা

Gureshwar news: গোৰেশ্বৰৰ কেইবাটাও গ্ৰাম্যপথ মেৰামতিৰ ব্যৱস্থা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ

নৱগঠিত(gureshwar news)গোৰেশ্বৰ বিধানসভা সমষ্টিৰ স্থানীয় জনপ্ৰতিনিধিৰ অদক্ষতাৰ হেতুকে কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰাম্যপথ বিধস্ত হৈ পৰে।

AASU: হেণ্ডকাফ কাণ্ডই উদঙালে আছুৰ ভিতৰচ’ৰাৰ আখেজ পূৰণৰ খেল !

হেণ্ডকাফ কাণ্ডই উদঙালে আছুৰ ভিতৰচ’ৰাৰ আখেজ পূৰণৰ খেল !(AASU)দুলীয়াজানৰ তেল ডিপো কাণ্ডই নিত্য নতুন মোৰ লৈছে।

Duliajan News: হোষ্টেলৰ ছাত্ৰীক অসৎ ইংগিত দি বিপদত বিপ্লৱ দাস

হোষ্টেলৰ ছাত্ৰীক অসৎ(Duliajan News)ইংগিত দি বিপদত বিপ্লৱ দাস নামৰ এজন যুৱক। ছাত্ৰী নিৱাসৰ খিৰিকীলৈ শিলগুটি দলিয়াই বিপ্লৱ দাসে দিয়ে অসৎ ইংগিত।

BN Singh petrol pump: খোল খালে বিতৰ্কিত দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপো

খোল খালে বিতৰ্কিত দুলীয়াজানৰ বি এন সিং পেট্ৰ'ল ডিপো।(BN Singh petrol pump)চাৰি দিনৰ মূৰত খুলিল বিতৰ্কিত বি এন সিঙৰ পেট্ৰ’ল পাম্প।

শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অভিনন্দন অনুষ্ঠান সম্পন্ন । kaliabor

শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অভিনন্দন অনুষ্ঠান সম্পন্ন । kaliabor

Popular