স্থানীয় বাৰ্তা

Advantage Assam 2.0 । ‘এডভাণ্টেজ আছাম ২.০ হ’ব অসমৰ লগত বহিঃৰাষ্ট্ৰৰ সু-সম্পৰ্কৰ এক মুখ্য স্তম্ভ’ , দক্ষিণ কোৰিয়া ভ্ৰমণৰ শেষৰটো দিনত মুখ্যমন্ত্রী ড০ হিমন্ত...

Advantage Assam 2.0 । 'এডভাণ্টেজ আছাম ২.০ হ'ব অসমৰ লগত বহিঃৰাষ্ট্ৰৰ সু-সম্পৰ্কৰ এক মুখ্য স্তম্ভ’ , দক্ষিণ কোৰিয়া ভ্ৰমণৰ শেষৰটো দিনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

Jorhat । হৰি নামৰ ধ্বনিৰে মুখৰিত যোৰহাটৰ এৰালতলি পথাৰ

Jorhat । হৰি নামৰ ধ্বনিৰে মুখৰিত যোৰহাটৰ এৰালতলি পথাৰ

Mariani । মৰিয়ানি সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

Mariani । মৰিয়ানি সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

deer meat in Gosaigaon । গোসাঁইগাঁৱত হৰিন মাংস সহ দুজন চোৰাং চিকাৰী আটক

deer meat in Gosaigaon । গোসাঁইগাঁৱত হৰিন মাংস সহ দুজন চোৰাং চিকাৰী আটক

Asom Sahitya Sabha । মঙলদৈত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ অঙ্গীকাৰ, সকলো বিবাদ-বিতৰ্কৰ অন্ত পেলাই সভাক অধিক শক্তিশালী কৰিব লাগিব

২০ জানুৱাৰী, ২০২৫ : Asom Sahitya Sabha । অসম সাহিত্য সভাক লৈ চলি সকলো বাদ-বিবাদ, বিতৰ্কৰ অন্ত পেলাই আমি সভাক অধিক শক্তিশালী কৰি তুলিব লাগিব ৷ সভাৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবেই আমি সকলো সহনশীল হ’ব লাগিব আৰু এৰা ধৰা কৰিব পাৰিব লাগিব ---এই মন্তব্য অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ । কালি সন্ধিয়া মঙলদৈস্থিত দৰং জিলা সাহিত্য সভা প্ৰকল্পত আকস্মিকভাৱে উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে কয় অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক বৰাই।

Popular