স্থানীয় বাৰ্তা

Local News: পি.এম.শ্ৰী. দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভিভাৱক সন্মিলন সম্পন্ন

বৃহত্তৰ দমদমা অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান পি.এম. শ্ৰী. দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুনকৈ নাম ভৰ্তি কৰা ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলক লৈ অভিভাৱক সন্মিলন এখন অনুষ্ঠিত হয়।(Local News)

বিশিষ্ট সাহিত্যিক, অভিনেত্ৰী গীতালী বৰুৱাৰ পৰলোক গমন ।Geetali Baruha

বিশিষ্ট সাহিত্যিক, অভিনেত্ৰী গীতালী বৰুৱাৰ পৰলোক গমন ।Geetali Baruha

Sachin Tendulkar: কলিয়াবৰৰ মিছা প’ল’ ক্লাবত শচীন তেণ্ডুলকাৰ, ভিৰৰ মাজতে শচীনৰ ডিঙিত অনুৰাগীৰ গামোচা

অসমলৈ এক ব্যক্তিগত ভ্ৰমণ সূচী লৈ অহা তেণ্ডুলকাৰে কলিয়াবৰৰ মিছাত বৃটিছৰ দিনতে স্থাপন কৰা প'ল' ক্লাবত দিনৰ প্ৰায় ডেৰ মান বজাত পৰিয়ালসহ উপস্থিত হৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। (Sachin Tendulkar)

Kaliabor News: দুশ বছৰীয়া ‘বকুল তলত বিয়লি বেলা’ মুক্তাঙ্গন নাট্যানুষ্ঠান

দুশ বছৰীয়া বকুল এজোপাৰ তলতে মাটিৰ ওখ ঢাপৰ মঞ্চ, আঁৰ-কাপোৰৰ ঠাইত মৰাঠাৰিৰ বেৰ, সমুখত পথাৰৰ মাজত বাঁহৰ বেঞ্চ। দিনৰ পোহৰতে বিয়লি বেলি লাহে-লাহে দৰ্শকৰ সামাগম বাঢ়িছে,(Kaliabor News)

Dibrugarh Tengakhat News: অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়া গোপীনাথ গগৈৰ স্মৃতিচাৰণ সভা

অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়া তথা টেঙাখাত ৰত্ন বঁটা প্ৰাপক টেঙাখাত তামুলিখাত গাঁৱৰ নিবাসী গোপীনাথ গগৈৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি তামুলিখাতস্থিত নিজা বাসগৃহত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷ (Dibrugarh Tengakhat News)

Popular