স্থানীয় বাৰ্তা

মাজুলীৰ দুৰ্গম চাপৰিত সফলতাৰে অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচী সম্পন্ন।

মাজুলী : মাজুলী জিলাৰ আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ মাজৰ দুৰ্গম চাপৰিসমূহত সফলতাৰে 'অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচী'  (আছাম কমিউনিটী ছাৰ্ভিলেন্স প্ৰগ্ৰাম) সম্পূৰ্ণ...

দিখৌ নদীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা দূৰ্গতৰ কাষত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ।

নাজিৰা : মুখলধাৰ বৰষুণৰ ফলত  হঠাৎ বাঢ়ি অহা দিখৌ পানীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্হিতিৰ বুজ লবৰ বাবে   বিৰোধী দলপতি তথা নাজিৰা বিধায়ক দেৱব্ৰত শইকীয়াই দলীয়...

দৰঙৰ বড়ীচৌকাত কংগ্ৰেছী গুণ্ডাৰ আক্ৰমণত বিজেপিৰ নেতা আহত হোৱা ঘটনাত বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ গৰিহণা ৷

দৰং: দৰঙত নিৰ্বাচনৰ বহু পূৰ্বেই সংঘটিত হল হিংসাত্মক ঘটনা । সোমবাৰে নিশা পাথৰিঘাটৰ সমীপৱৰ্তী বড়িচৌকাত বিজেপিৰ যুৱ মৰ্চাৰ পাথৰিঘাট মণ্ডলৰ সভাপতি ভূষণ চন্দ্ৰ ডেকা...

মাজবাটত মহিলাৰ দেহত কভিড’ ১৯ প্ৰজিটিভ : অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য ।

মাজবাট : ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ এলেকাৰ মাজবাট ৰেলৱে ষ্টেচনৰ ক'লনিৰ বাসিন্দা কৃষ্ণ চেত্ৰীৰ পত্নী বিমলা থাপা (৩৯)ৰ দেহত  কভিড'১৯ পজিটিভ ধৰা পৰাৰ...

বিজেপিত যোগদান কৰাৰ প্ৰশ্নই নাহে ; বিপিএফৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হম : বিধায়ক চৰণ বড়ো ।

ওদালগুৰি : মই বিজেপিত যোগদান কৰাৰ কোনো প্ৰশ্ন আহিব নোৱাৰো। বিটিচিৰ আঞ্চলিক দল হিচাপে আগন্ত্তুক ২০২১ ৰ নিৰ্বাচনত মাজবাট সমষ্টিৰ পৰাই  অৱতীৰ্ণ হম। এই...

Popular