স্থানীয় বাৰ্তা

নগাঁৱৰ দুই স্বাস্থ্যকৰ্মীৰ লগতে সামৰিক বাহিনীৰ জোৱানৰ দেহত কোভিড-১৯ পজিটিভ : স্বাস্থ্যকৰ্মীৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰি : নগাঁৱত হাহাকাৰ ।

নগাঁও : নগাঁও জিলাত কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা চাৰি শতাধিক অতিক্রম কৰাৰ সময়তে নগাঁৱৰ দুজন স্বাস্থ্য কৰ্মীৰ দেহত একেদিনাই কোভিড-১৯ চিনাক্ত হোৱাত জিলাখনৰ জনসাধাৰণ  শংকিত...

নাজিৰাত সংবাদমেল যোগে ৫০ লাখ লোকলৈ বিজেপিৰ জনসংযোগ পত্ৰলৈ আঙুলিয়ালে বিৰোধী দলপতিয়ে : ৰাইজক দিয়া ২০১৬ ৰ প্ৰতিশ্ৰুতি ক’ত হেৰাল ?

 নাজিৰা: শাসনৰ বাঘজৰী ধৰি ক্ষমতাত অধিষ্ঠিত হোৱাৰ সময়ত বিজেপি দলৰ কাম কৰাৰ সংকল্প প্ৰকাশ আৰু চাৰিটা বছৰ অতিক্ৰম কৰি হাতত মাথো এবছৰ থকাৰ সময়ত ৰাইজৰ...

জখলাবন্ধাত চৰকাৰী ভূমি বেদখল কৰাক লৈ উত্তেজনা, ৰাজপথ অৱৰোধ । স্থানীয় যুৱকৰে মুকলি সঙ্ঘাত বেদখলকাৰী শিক্ষকৰ ।

কলিয়াবৰ : শুকুৰবাৰে বিয়লি স্থানীয় যুৱকৰ প্ৰতিবাদত উত্তেজিত হৈ পৰে জখলাবন্ধাৰ ৰাজপথ ।জখলাবন্ধাৰ ৱঙ্কটেশ্বৰ প্ৰাথমিক বিদ‍্যালয়ৰ সমীপৰ চৰকাৰী মাটি বেদখল মুক্ত কৰাক লৈ তীব্ৰ উত্তেজনাৰ...

ৰাহুল গান্ধীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি কাকপথাৰ ডিৰাকত “অংগীকাৰ দিৱস” পালন ।

কাকপথাৰ: সমগ্ৰ দেশৰ লগতে আজি কাকপথাৰ ডিৰাকতো ডিৰাক মণ্ডল কংগ্ৰেছ সমিতি উদ্যোগত প্ৰাক্তন প্ৰধান মন্ত্ৰীৰ পুত্ৰ, যুৱ নেতা তথা কেৰেলাৰ ৱাইনাড লোক সভা সমষ্টিৰ সাংসদ...

বিধ্বস্ত নাজিৰা-গেলেকী মূল পথঃ আছু’ৱে অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ।

নাজিৰা : বিধ্বস্ত  গেলেকী নাজিৰা মূল পথটি নিৰ্মাণৰ দাবীত আজি নাজিৰা মহকুমা ছাত্ৰ সন্থা, গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই পথটি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বছৰ বছৰ ধৰি...

Popular