স্থানীয় বাৰ্তা

টীয়কৰ এখন ওলমা দলঙে দৃষ্টি কাঢ়িছে সকলোৰে ।

টীয়ক পৰিবৰ্তনকামী চৰকাৰৰ দিনত ৰাইজে সাজি লোৱা জাঁজী নদীৰ ওপৰৰ এখন ওলমা দলঙে দৃষ্টি কাঢ়িছে সকলোৰে ৷ বাৰিষাৰ বানে কাল মূৰ্তি ধাৰণ কৰাৰ লাগে লগে...

দৰঙত দুস্কৃতিকাৰীৰ পৰা উদ্ধাৰ ১৫/২০ কিলো ওজনৰ দুস্প্ৰাপ্য কাছ ৷

দৰঙৰ পৰা জয়দেৱ ডেকা ৷ দৰঙত উদ্ধাৰ হয় দুষ্কৃতিকাৰীৰ পৰা এটা দুস্প্ৰাপ্য কাছ ৷ পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা এক বিশেষ অভিযানত...

ভলান্টিয়াৰ ৰিটেডমেণ্টৰ আবেদন কৰিও আঢ়ৈ বছৰে নাপালে বিভাগৰ সহায় : স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰি মৃত্যু বৰণ কৰিলে গোসাইগাঁওৰ এগৰাকী জ্যেষ্ঠ বিষয়া ।

গোসাঁইগাঁও  ৰোগত আক্ৰান্ত হৈ শ্যাশায়ী হোৱা সমবায় সমিতিৰ  উপ পঞ্জীয়কৰ এগৰাকী বিষয়া স্বেচ্ছাই অৱসৰ বিচাৰি আবেদন কৰাৰ আঢ়ৈ বছৰে বিভাগৰ পৰা নাপালে কোনো সঁহাৰি। অৱশেষত মৃত্যুক...

বটদ্ৰৱাত অসম দৰ্শন আঁচনিৰ পথ আৰু উন্নয়ণ মূলক কামৰ আধাৰশিলা বিধায়িকা আঙুৰলতাৰ ।

বটদ্ৰৱা। চতুৰ্থ পৰ্য্যায়ৰ লক ডাউনৰ পিছত স্বাভাৱিক জীৱনযাত্ৰা আৰম্ভ কৰাৰ সময়তে  বটদ্ৰৱাত একে দিনাই  পথ আৰু উন্নয়ণমূলক কামৰ আধাৰশিলা স্থাপন কৰিলে বিধায়িকা আঙুৰলতা ডেকাই। চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ...

সোনোৱাল কছাৰী কথিত ভাষাত “তীখৰ আৰু চুটিবাই” অডিঅ’ আকাৰে মুক্তি লাভ ।

বৰদলনিৰ :   তৃতীয় সৰ্ব বৃহৎ জনজাতি সোনোৱাল কছাৰীসকল নিজা ভাষা-সাহিত্য আৰু সংস্কৃতিৰে চহকী । এই জনজাতিটোৰ কথিত ভাষাত পোন প্ৰথম বাৰৰ বাবে সোনোৱালী ক্ৰিয়েচনৰ উদ্যোগত ...

Popular