স্থানীয় বাৰ্তা

Asam Sahitya Sabha: অসম সাহিত্য সভাৰ গুৰু প্ৰণাম অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩৯ গৰাকী শিক্ষাগুৰুক সন্মান

Asam Sahitya Sabha: অসম সাহিত্য সভাৰ গুৰু প্ৰণাম অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩৯ গৰাকী শিক্ষাগুৰুক সন্মান

Bilasipara News: বৰকান্দাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত ভ*য়ংকৰ মা*ৰপিট

Bilasipara News: বৰকান্দাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত ভ*য়ংকৰ মা*ৰপিট

Teachers’ Day: অৰবিন্দ স্কুলত শিক্ষক দিৱস…

আজি শিক্ষক দিৱসৰ প্ৰাকক্ষণত (Teachers' Day)গুৱাহাটী অৰবিন্দ স্কুলত প্ৰজ্ঞাৰ উদ্যোগত শিক্ষক দিৱসৰ শুভক্ষণত গৈ ২৪ শিক্ষকক একোখন মানপত্ৰ আৰু গ্ৰন্থৰে আদৰণি জনাই প্ৰজ্ঞাৰ তৰফৰ পল্লৱী দাস আৰু মিঠু দাসে ৷

Teacher’s Day: নলবাৰীৰ বৰক্ষেত্ৰীৰ জয়সাগৰৰ শিক্ষক পিংকু মণি ৰায় চৌধুৰী ঘৰলৈ শিক্ষাৰ্থীৰ সোঁত

আজি শিক্ষক দিৱস। (Teacher's Day)শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোতেই স্থানীয় জয়সাগৰস্থিত শঙ্কৰ মাধৱ হাইস্কুলৰ শিক্ষক পিংকু মণি ৰায় চৌধুৰীক অঞ্চলটোৰ জয়সাগৰ, কেকানকুছি, কুটনিকুছি চাউলখোৱা, আহটা, বাকৰিকুছি নাৰুৱা আদি অঞ্চলৰ শিক্ষাৰ্থীসকলে শিক্ষকগৰাকীৰ নিজ গৃহলৈ আহি শিক্ষকগৰাকীৰ চৰণ চুই আশীৰ্বাদ লোৱাৰ লগতে শিক্ষকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

Teacher’s Day: পৰিৱেশৰ প্ৰতি দায়বদ্ধ এজন শিক্ষক…

শিক্ষক দিৱসৰ এই পৱিত্ৰ (Teachers' Day)দিনটোত আমি আপোনালোকক লৈ যাম এজন এনে শিক্ষকৰ কাহিনীৰ ওচৰলৈ, যি শিক্ষকতাৰ লগতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো অতুলনীয় অৱদান আগবঢ়াইছে।

Popular