স্থানীয় বাৰ্তা

Goalpara News: গোৱালপাৰা জিলা সাহিত্য সভাৰ ৩৪ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন

Goalpara News: গোৱালপাৰা জিলা সাহিত্য সভাৰ ৩৪ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন

kaliabor news: কলিয়াবৰ অনুৰ্ধ্ব ১৯ ছোৱালী ক্ৰিকেট দল ঘোষণা

ঘোষণা হ'ল কলিয়াবৰ জিলা ছোৱালী ক্ৰিকেট দল। (kaliabor news) গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা অনুৰ্ধ্ব ১৯ বছৰৰ টি-টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে দলটো ৰাওনা হৈছে।

Nandita Saikia: নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

ধেমাজিৰ নন্দিতা (Nandita Saikia) শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ। ধেমাজি জিলা ছেচন ন্যায়াধীশ আদালতৰ এই ঐতিহাসিক ৰায়।

International Yoga Competition: কেৰেলাত অনুষ্ঠিত ৰাষ্টীয় যোগাসন প্ৰতিযোগিতাত স্থান লাভ দুগৰাকী কণমাণিৰ

International Yoga Competition: কেৰেলাত অনুষ্ঠিত ৰাষ্টীয় যোগাসন প্ৰতিযোগিতাত স্থান লাভ দুগৰাকী কণমাণিৰ

National Science Day: কলিয়াবৰত ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস পালন

আজি ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ (National Science Day) উদ্যোগত পশ্চিম পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস পালন কৰা হয়।

Popular