স্থানীয় বাৰ্তা

Kaliabor News: ‘ক্ৰিয়েটিভ কলিয়াবৰ’ৰ নাটকৰ পাণ্ডুলিপি লেখন কৰ্মশালা সম্পন্ন

কলিয়াবৰৰ অগ্ৰণী অনুষ্ঠান (Kaliabor News) ‘ক্ৰিয়েটিভ কলিয়াবৰ’ৰ ব্যৱস্থাপনাত দুদিনীয়াকৈ অনুষ্ঠিত নাটকৰ পাণ্ডুলিপি লেখন কৰ্মশালা শীৰ্ষক এক ব্যতিক্ৰমী কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে৷

Bongaigaon News: হেৰুৱাৰ বাইকৰ সন্ধান দিলে লাভ কৰিব ১০ হাজাৰ টকা!

হেৰুৱাৰ বাইকৰ সন্ধান (Bongaigaon News) দিয়ক আৰু লৈ জাওক ১০ হাজাৰ টকাৰ পুৰুস্কাৰ। খবৰ অনুসৰি আজি পাঁচদিন পুৰ্বে নৃত্য বজাৰৰ পৰা এখন গ্লেমাৰ বাইক হেৰাই।

Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ

Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ

Asam Sahitya Sabha: শোণিতপুৰত বাঁহবেৰা-কলাকুছি শাখা সাহিত্য সভা গঠনঃ ভাষা সাহিত্যৰ সেৱাৰ প্ৰতি উৎসাহিত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু, চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলৰ ৰাইজ

অসম সাহিত্য সভাৰ ব্যাপক (Asam Sahitya Sabha) প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য আৰু উদ্দেশ্যৰে অসম সাহিত্য সভাই বিশ্বৰ প্ৰতিটো প্ৰান্তত শাখা গঠনৰ মহান পদক্ষেপ গ্ৰহণ কৰিছে৷

Nandini Kashyap: দিছপুৰ থানাত হাজিৰ অভিনেত্ৰী নন্দিনী কাশ্যপ!

আজি দিছপুৰ থানাত হাজিৰ অভিনেত্ৰী নন্দিনী কাশ্যপ।(Nandini Kashyap)এটা পথ দুৰ্ঘটনাক লৈ অভিনেত্ৰীগৰাকীলৈ চমন জাৰি কৰিছিল দিছপুৰ আৰক্ষীয়ে।

Popular