স্থানীয় বাৰ্তা

Guwahati News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ উচ্চ বিদ্যালয়ত ভাৰত চৰকাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত গীতে-মাতে বিশেষ সজাগতা সভা

গুৱাহাটী মহানগৰীৰ পূৱ প্ৰান্তত অৱস্থিত ডিগাৰুৰ বামুনখাটস্থিত মুক্তিযোদ্ধা কামাখ্যা (Guwahati News)প্ৰসাদ ত্ৰিপাঠি আদৰ্শ উচ্চ বিদ্যালয়ত ৩ জুনত দিনযোৰা কাৰ্যসূচীৰে এক বিশেষ সজাগতা সভাৰ আয়োজন কৰা হয়।

Assam Flood: উন্নত হোৱা নাই অসমৰ বান পৰিস্থিতিঃ বানত মৃত্যু ঘটা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি

মুঠেও উন্নত হোৱা নাই অসমৰ বান পৰিস্থিতিৰ।(Assam Flood) ৰাজ্যৰ ২২খন জিলাৰ ৫ লক্ষাধিক লোকে এতিয়াও বানত ককবকাই আছে।

নাজিৰাৰ চকীমুখ হাইস্কুলৰ অন্যতম প্ৰতিষ্ঠাপক সত্যেন্দ্ৰ নাথ বৰঠাকুৰক উষ্ম সম্বৰ্ধনা । Nazira

নাজিৰাৰ চকীমুখ হাইস্কুলৰ অন্যতম প্ৰতিষ্ঠাপক সত্যেন্দ্ৰ নাথ বৰঠাকুৰক উষ্ম সম্বৰ্ধনা । Nazira

Jorhat Azad Choudhary: যোৰহাটৰ আজাদ চৌধুৰীৰ সম্পত্তিত প্ৰশাসনৰ বুলড’জাৰ

আজাদ চৌধুৰীৰ সম্পত্তিত জিলা প্ৰশাসনৰ হাতোৰা। (Jorhat Azad Choudhary)অবৈধভাৱে চৰকাৰী ভূমি দখল কৰি থকা আজাদ চৌধুৰীৰ ঘৰ উচ্ছেদ কৰিলে যোৰহাট জিলা প্ৰশাসনে।

Popular