স্থানীয় বাৰ্তা

Assam Flood: ৰাজ্যত অপৰিৱৰ্তিত বানপৰিস্থিতি, ৭৬৪খন গাঁও পানীৰ তলত

ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বানপৰিস্থিতি৷ (Assam Flood) সোমবাৰৰ দিনটোত ৰাজ্যৰ ৭৬৪খন গাঁও পানীৰ তলতেই আছে৷ বহু ঠাইত বাঢ়নী পানীয়ে ছিঙিছে পথ, ভাঙিছে মথাউৰি ৷...

UPPL: কচুগাঁৱত ইউপিপিএল দলৰ বুথ সন্মিলন, ত্ৰিশটা সমষ্টি দখলৰ পৰিকল্পনা; দিল্লী-দিছপুৰৰ সমৰ্থনত পুনৰ ইউপিপিএলৰ চৰকাৰঃ ৰণগৌড়া নাৰ্জাৰী

সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনলৈ কঁকালত টঙালি বন্ধা(UPPL) মিত্ৰজোঁটৰ অংশীদাৰী দল ইউপিপিএলৰ ওপৰতে পুনৰ বিটিচিৰ শাসনভাৰ ন্যস্ত কৰিব বিচাৰিছে দিল্লী আৰু দিছপুৰে৷

Assam Flood: ৰাজ্যৰ ১৭খন জিলাত বানৰ সংহাৰঃ বানপানী আৰু ভূমিস্খলনে প্ৰাণ কাঢ়িলে ৮জনৰ

সমগ্ৰ ৰাজ্য আৰু চুবুৰীয়া অঞ্চলত(Assam Flood)ধাৰাসাৰ বৰষুণৰ ফলত অসমৰ বানপৰিস্থিতি অধিক জটিল হৈ পৰিছে৷

Pijush Hazarika: গৌৰৱ গগৈক বন্ধুত্বপূৰ্ণ সুপৰামৰ্শ দিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই

সামাজিক মাধ্যমত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এটা বিশেষ পোষ্ট। (Pijush Hazarika) পোষ্টটো কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি গৌৰৱ গগৈক উদ্দেশি দিছে। গৌৰৱ গগৈক পৰামৰ্শ আগবঢ়াইছে মন্ত্ৰীগৰাকীয়ে।

Parameshwar Sharma: পৰমেশ্বৰ শৰ্মালৈ জীৱনজোৰা কৃতিত্বৰ বঁটা

জালুকবাৰী নিবাসী তথা ভাৰতীয় (Parameshwar Sharma) ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া পৰমেশ্বৰ শৰ্মাক ' ইণ্ডিয়ান ইন্সটিটিউট অৱ ভেলুৱাৰচ' আৰু ৰেজিষ্টাৰড ভেল্যুৱাৰ্ছ ফাউণ্ডেছনে জীৱনজোৰা কৃতিত্বৰ বঁটা প্ৰদান কৰে।

Popular