স্থানীয় বাৰ্তা

sankar jyoti baruah: শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ

শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ।(sankar jyoti baruah)গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন।

Duliajan news: দুলীয়াজানত ইটোৰ পিছত সিটো চাঞ্চল্যকৰ ঘটনা!

তেৰচ গোৱালাৰ দুলীয়াজান(Duliajan news)সমষ্টিত প্ৰকৃততে হৈছে কি? এটাৰ পাছত আনটো সাম্প্ৰদায়িক ঘটনাই চাঞ্চল্যই সৃষ্টি কৰিছে দুলীয়াজান সমষ্টিত।

Nagaon news: শালনা চাহ বাগিচাত সাহিত্য সভাৰ শাখা মুকলি কৰাক লৈ উৎসৱমুখৰ পৰিৱেশ, চাহ জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ প্ৰস্তুতি সমিতি গঠন

নগাঁও জিলাৰ শালনা চাহ বাগিচাত(Nagaon news) অসম সাহিত্য সভাৰ শাখা মুকলি কৰাক লৈ আজি পুৱাৰ পৰা এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয়।

Duliajan News: দুলীয়াজানৰ মাৰপিটৰ গোচৰত আটছাৰ উপদেষ্টা প্ৰকাশ চাহুক গ্ৰেপ্তাৰ

প্ৰকাশ শাহুক আটক দুলীয়াজান আৰক্ষীৰ।(Duliajan News)বৰডুবিৰ কেহাং বাগানৰ পৰা আটক।উৰে নিশা দুলীয়াজান থানাৰ OC ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলিছিল অভিযান।

Gureshwar news: গোৰেশ্বৰৰ কেইবাটাও গ্ৰাম্যপথ মেৰামতিৰ ব্যৱস্থা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ

নৱগঠিত(gureshwar news)গোৰেশ্বৰ বিধানসভা সমষ্টিৰ স্থানীয় জনপ্ৰতিনিধিৰ অদক্ষতাৰ হেতুকে কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰাম্যপথ বিধস্ত হৈ পৰে।

Popular