স্থানীয় বাৰ্তা

Asom Sahitya Sabha: সকলো জাতি-জনগোষ্ঠীক বুকুৰ মাজত লৈ অসম সাহিত্য সভাই শক্তিমন্ত জাতি গঠনত অগ্ৰসৰ হৈছেঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা

Asom Sahitya Sabha: সকলো জাতি-জনগোষ্ঠীক বুকুৰ মাজত লৈ অসম সাহিত্য সভাই শক্তিমন্ত জাতি গঠনত অগ্ৰসৰ হৈছেঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা

Pijush Hazarika: অসমত এতিয়া নতুন মথাউৰি নিৰ্মাণ কৰোতে জিঅ’ মেগা টিউব বাধ্যতামূলক কৰা হৈছে, যাতে মথাউৰিবোৰ শক্তিশালী হয়: মন্ত্ৰী পীয়ূষ হাজৰিকা

Pijush Hazarika: অসমত এতিয়া নতুন মথাউৰি নিৰ্মাণ কৰোতে জিঅ' মেগা টিউব বাধ্যতামূলক কৰা হৈছে, যাতে মথাউৰিবোৰ শক্তিশালী হয়: মন্ত্ৰী পীয়ূষ হাজৰিকা

Goalpara News: গোৱালপাৰা জিলা সাহিত্য সভাৰ ৩৪ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন

Goalpara News: গোৱালপাৰা জিলা সাহিত্য সভাৰ ৩৪ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন

kaliabor news: কলিয়াবৰ অনুৰ্ধ্ব ১৯ ছোৱালী ক্ৰিকেট দল ঘোষণা

ঘোষণা হ'ল কলিয়াবৰ জিলা ছোৱালী ক্ৰিকেট দল। (kaliabor news) গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা অনুৰ্ধ্ব ১৯ বছৰৰ টি-টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে দলটো ৰাওনা হৈছে।

Nandita Saikia: নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

ধেমাজিৰ নন্দিতা (Nandita Saikia) শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ। ধেমাজি জিলা ছেচন ন্যায়াধীশ আদালতৰ এই ঐতিহাসিক ৰায়।

Popular