Breaking

প্ৰেম ! প্ৰেমিকাই মৰমত দিয়া উপহাৰ Jubilee diamond বিক্ৰী কৰি গঢ় দিছিল প্ৰতিষ্ঠান । কিন্তু কোনে …

0 62

আপুনি জানে নে ভাৰতত তাজ মহলত কৈও এটা এনেকুৱা বিশেষ ভালপোৱাৰ প্ৰতীক আছে য’ত হাজাৰ হাজাৰ মানুহ কান্দি কান্দি যায় আৰু হঁহি হাঁহি ঘূৰি আহে। সেই বিশেষ ঠাইলৈ গ’লে প্ৰৱেশৰ বাবেও কোনো ধৰণৰ পইচা দিব নালাগে কিন্তু ক’ত আছে এই বিশেষ ঠাই টুকুৰা।

আমাৰ এই কাহিনীৰ নায়ক হৈছে ছাৰ দোৰাবজী টাটা ( DORABJI TATA )হয় সেই জনেই যি জন ভাৰতৰ হকী খেলক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ তেওঁৰ ব্যক্তিগত ধনেৰে লৈ গৈছিল আৰু পিছলৈ ভাৰতৰ বাবে স্বৰ্ণ পদক আনিবলৈ সক্ষম হৈছিল।

১৪ ফেব্ৰুৱাৰী ১৮৯৮ চনৰ valentine’s day ৰ দিনা দােৰাবজী টাটা এ আমাৰ কাহিনীৰ নায়িকাৰ মেহেৰবায়ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। সকলোৱে দিয়াৰ দৰে তেওঁ তেওঁৰ পত্নীক এটুকুৰা হীৰা উপহাৰ দিছিল। এই উপহাৰ তো সাধাৰণ নাছিল কহিনুৰ হীৰাত কৈ দুগুণ ডাঙৰ Jubilee diamond.

আজিৰ সময়ত তাৰ মূল্য প্ৰায় ১৩১ কোটি টকা। টাটাৰ পৰিয়ালৰ দ্বিতীয় বিশ্ব যুদ্ধ পিছত বেয়া সময় আহিছিল। টাটা ৰ পৰিয়ালৰ অৰ্থৰ অভাৱ হৈছিল আৰু সেই সময়ত টাটা প্ৰতিষ্ঠানত কাম কাৰা শ্ৰমিক সকলৰ দুৰ্ভিক্ষই দেখা দিছিল আৰু অৰ্থৰ অভাৱত শ্ৰমিক বোৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছিল ।

নিজৰ পৰিয়ালৰ আৰু প্ৰতিষ্ঠানৰ এই পৰিস্থিতি দেখি মেহেৰবায়ে তেওঁৰ সকলো আ- অলংকাৰৰ লগতে সেই বিশেষ উপহাৰ Jubilee diamond টুকুৰাও বন্ধকত দি শ্ৰমিক সকলৰ মজুৰি দিছিল আৰু টাটা প্ৰতিষ্ঠানক পুনৰ ঘূৰাই আনিছিল। মেহেৰবাইয়ে ১৯৩১ চনত তেওঁৰ ৫০ বছৰীয়া জয়ন্তী পালন কৰিছিল।

যেতিয়া তেওঁৰ কৰ্কট ৰোগৰ বিষয়ে গম পাইছিল দোৰাবজী টাটায়ে আৰু তেতিয়া বিভিন্ন দেশ বিদেশৰ ডাক্টৰৰ লগত কথা পাতি গাম পাইছিল যে তেওঁৰ হাতত বেছি আৰু সময় নাছিল। ১৯৩১ দোৰাবজী টাটা ক এৰি মেহেৰবায় গুচি গৈছিল পৃথিৱীৰ পৰা ,যেতিয়া তেওঁৰ কৰ্কট ৰোগৰ বিষয়ে গম পাইছিল দোৰাবজী টাটায়ে আৰু তেতিয়া বিভিন্ন দেশ বিদেশৰ ডাক্টৰৰ লগত কথা পাতি গাম পাইছিল যে তেওঁৰ হাতত বেছি আৰু সময় নাছিল। ১৯৩১ দোৰাবজী টাটা ক এৰি মেহেৰবায় পৃথিৱীৰ পৰা গুচি গৈছিল । তাৰ পিছৰ বছৰত দোৰাবজী টাটা মৃত্যু হৈছিল। ।

কিন্তু মৃত্যু ৰ আগত তেওঁ তেওঁৰ প্ৰেমিকাৰ স্মৃতিত মৰম দিয়া উপহাৰ Jubilee diamond তো বিক্ৰী কৰি এটা প্ৰতিষ্ঠান গঢ় দি থৈ গৈছিল । যিটো প্ৰতিষ্ঠানত হাজাৰ হাজাৰ মানুহ প্ৰতিদিনে সহায় বিচাৰি যায় । সেই প্ৰতিষ্ঠানতো হৈছে “টাটা মেমৰিয়েল কেন্সাৰ হস্পিতাল” ।

য’ত প্ৰতি বছৰে ৬৪,০০০ হাজাৰ ৰোগী যায় আৰু তাত যোৱা ৭০ % ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰে । ভাল পোৱাৰ কি? এজন ৰজাই এটা স্মৃতিক ইমান বেছি ভাল পাইছিল যে সেই স্মৃতিতোক গঢ় দিয়া মানুহ জনৰ হাত দুখন কাটি দিছিল যাতে সেই স্মৃতি আৰু কোনেও নকল কৰিব নোৱাৰে কিন্তু আমাৰ এই কাহিনীৰ নায়ক দোৰাবজী টাটা কৈ গৈছে যে তেওঁৰ এই স্মৃতিতো নকল কৰক আৰু পৃথিৱীৰ সকলো ঠাইত এই প্ৰতিষ্ঠান তো গঢ় লৈ উঠক।

Mumbai, Kolkata, Varanasi, Tripura, Bhubenshwor, Ranchi, Prayagraj mangalore এই সকলো ঠাইত “টাটা মেমৰিয়েল কেন্সাৰ হস্পিতাল আছে।চৰকাৰৰ সহযোগত Assam, Urisha. Jharkhand, telengana আৰু nagaland তো এই প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। চিম্বল কি সেই তো গুৰুত্বপূৰ্ণ নহয় সেই চিম্বল তোয়ে মানুহৰ মাজত কি প্ৰভাৱ বা মানুহক কেনেকৈ সহায় কাঢ়িছে সেইটো গুৰুত্বপূৰ্ণ। সঁচাকৈয়ে এই প্ৰেম কাহিনী স্মৰণীয় ।

Leave A Reply