June 22, 2024 আজিৰে পৰা কামাখ্যা ধামত অম্বুবাচী মহাযোগ, আহিছে দেশ-বিদেশৰ বহু ভক্ত… Share FacebookTwitterWhatsAppTelegramKooEmail আজিৰে পৰা কামাখ্যা ধামত মহা অম্বুবাচী মেলা। কামাখ্যা ধামলৈ আহিছে দেশ-বিদেশৰ বহু ভক্ত। উখল-মাখল হৈ পৰিছে নীলাচলৰ বুকু। আজি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি। Author: দৈনন্দিন বাৰ্তা Related Articles নায়কৰ পৰা জননায়কলৈ বিজয়ঃ তামিলনাডুৰ চৰকাৰ বাবে কংগ্ৰেছৰ সমৰ্থন বিচাৰিলে টিভিকেই, ১৭ সংখ্যাগৰিষ্ঠাতাৰ পৰা ৬খন আসন কম… দৈনন্দিন বাৰ্তা - May 5, 2026 অসমত জেন-জিৰ ধাৰণা এক ষড়যন্ত্ৰ… দৈনন্দিন বাৰ্তা - May 5, 2026 যোৰহাটত ফুলিল পদুমঃ গৌৰৱ মোৰ ভাই, এদিন জিকিবঃ হিতেন্দ্ৰ নাথ গোস্বামী… দৈনন্দিন বাৰ্তা - May 5, 2026