মণিপুৰৰ মহিলাৰ শ্লীলতা হানিৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে…

মণিপুৰৰ মহিলাৰ শ্লীলতা হানিৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। আৰক্ষীয়ে সদৰী কৰিলে এই তথ্য।

ভাইৰেল হোৱা ভিডিঅ’টোৰ সহায়ত থৌবাল জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হেৰাদাস নামৰ ৩২ বছৰীয়া লোকজনক।

৪ মে’ত কাংপকপি জিলাৰ ৰাজপথত দুগৰাকী কুকি-জ’ মহিলাক উলংগ কৰি উলিওৱা হৈছিল সমদল।

Related Articles