Breaking

শিমলুটাপু আৰক্ষীৰ বৃহৎ সাফল্য। অভিযানত ২০ কাৰ্টুন সুৰা উদ্ধাৰ…

0 89

গোসাইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীয়ে শনিবাৰে নিশা শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীৰ নাকা তলাচীত অভিযান চলাই BR01 GK 2113 নম্বৰৰ এখন ট্ৰাক আটক কৰি তালাচী চলোৱাত ট্ৰাক খনৰ পৰা ২০ কাৰ্টুন বিয়েৰ উদ্ধাৰ হয়।পাছত আৰক্ষীয়ে ট্ৰাক খনৰ চালক উমেছ পাছোৱানক গ্ৰেপ্তাৰ কৰে।

উমেছ পাছোৱান বিহাৰৰ বৈশালী জিলাৰ বাকাৰপুৰৰ বাসিন্দা।

গোসাইগাঁৱৰ পৰা আজিজুল হকৰ প্ৰতিবেদন

Leave A Reply