Mallikarjun Kharge: আজি অসমলৈ আহিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে

আজি অসমলৈ আহিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে।(Mallikarjun Kharge)

নাওবৈচাত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব।

নাওবৈচাৰ খাৰখাটিত খাৰ্গেই সম্বোধন কৰিব বিশাল জনসভা।

কংগ্ৰেছ প্ৰাৰ্থী জয়প্ৰকাশ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব খাৰ্গেই।

Related Articles