১১ ফেব্ৰুৱাৰী পৰা ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে “ঘৰে ঘৰে দৈনন্দিন বাৰ্তা ,দ্য আছাম ৰাইজিং,আলোক প্ৰভঞ্জন আৰু মোবাইলে মোবাইলে বি নিউজ”অভিযান আৰম্ভ কৰা হয়।
এই অভিযানৰ অংশ হিচাপে সোৱণশিৰিৰ অৱনৰি জনজাতি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মণিপুৰ মেদকক দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে প্ৰেৰণ কৰা এখন ফুলাম গামোচা, প্ৰশস্তি পত্ৰ, এখন দৈনন্দিন বাৰ্তা, এখন দা আছাম ৰাইজিং আৰু আলোক প্ৰভঞ্জন কাকতেৰে সম্বৰ্ধনা জনোৱা হয়!

-কৃষ্ণকান্ত মেদক, সোৱণশিৰি