September 2, 2023 নগাঁৱৰ বিশেষ কাৰাগাৰৰ পৰা মনোৱাৰ হুছেইন নামৰ আচামীৰ পলায়ন… Share FacebookTwitterWhatsAppTelegramKooEmail নগাঁৱৰ বিশেষ কাৰাগাৰৰ আচামীৰ পলায়ন। চিকিৎসালয়লৈ নিয়াৰ পথৰ পৰাই পলায়ন মনোৱাৰ হুছেইন নামৰ আচামীটোৰ। POCSO আইনৰ অধীনত ২০ আগষ্টত হৈছিল গ্ৰেপ্তাৰ মনোৱাৰ। Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026 গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী দৈনন্দিন বাৰ্তা - February 24, 2026