Breaking

তামিলনাডুৰ বহু চহৰ বানপানীৰ কবলত…

0 35

ঘূৰ্ণীবতাহৰ ধুমুহাই তামিলনাডুত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। তামিলনাডুত ঘূৰ্ণীবতাহ মিচাউঙে বিধ্বংসী ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। বিভিন্ন পথ পানীৰ তলত ডুব যোৱাৰ লগতে, চেন্নাই বিমানবন্দৰৰ ৰাণৱেও পানীত বুৰ গৈছে। এই ঘূৰ্ণীবতাহৰ ধুমুহাই অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, পুডুচেৰীকে ধৰি বহু অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে।

বৰ্তমান চেন্নাইৰ উপকূলীয় অঞ্চলত প্ৰচণ্ড বতাহ বলি থকাৰ লগতে প্ৰচণ্ড বৰষুণো হৈ আছে, যাৰ বাবে বহু বিমান সেৱাও ক্ষতিগ্ৰস্ত হৈছে।

Leave A Reply