Breaking

ব্ৰাজিলৰ আমাজানৰ বাৰ্চেলোচ প্ৰভিন্সত ভয়ংকৰ বিমান দুৰ্ঘটনাত চালকসহ বহু যাত্ৰীৰ মৃত্যু…

0 48

ব্ৰাজিলৰ আমাজানৰ বাৰ্চেলোচ প্ৰভিন্সত ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাত চালকসহ ১৪জন যাত্ৰীৰ মৃত্যু।

দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল মানাউচ এৰোটেক্সি এয়াৰ লাইনছৰ।

দুৰ্ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা মানাউচ এৰোটেক্সিৰ।

মৃত যাত্ৰীসকলৰ মাজত আমেৰিকাৰ যাত্ৰী থকাৰো সম্ভাৱনা ব্যক্ত।

Leave A Reply