Breaking

মাৰাডোনাৰ ঘড়ী চুৰি কৰি গ্ৰেপ্তাৰ অসমৰ ৱাজিদ হুছেইন

0 62

অসমৰ পৰা গ্ৰেপ্তাৰ হ’ল ইন্টাৰনেছনেল চোৰ। কিংবদন্তি ফুটবলাৰ প্ৰয়াত ডিয়াগ’ মাৰাডােনাৰ ব্যয়বহুল ঘড়ী চুৰি কৰি গ্ৰেপ্তাৰ হ’ল শিৱসাগৰৰ ৱাজিদ হুছেইন।

ডুবাই আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উক্ত চোৰ জনক। বিলাসী হাবলট ১২ লাখ টকীয়া ঘড়ীটোৰ চুৰিত যেন লজ্জিত হৈছে অসম তথা ভাৰতবাসী।

অসমৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিছে এই কথা।

Leave A Reply