Breaking

মাৰ্ঘেৰিটাৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ হাজাৰি উৰাং নিৰুদ্দেশ…

0 34

মাৰ্ঘেৰিটাৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ হাজাৰি উৰাং নিৰুদ্দেশ।

মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মাৰ্ঘেৰিটা চাহ বাগিচা বস্তি লাইনৰ নিবাসী প্ৰতিভাৱান ফুটবল খেলুৱৈ হাজাৰি উৰাং যোৱা ৩ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে।পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি দেওবাৰে নিজৰ ঘৰৰ পৰাই নিৰুদ্দেশ হয় যুৱকজন।

যুৱকজনৰ নিৰুদিষ্ট ঘটনাক লৈ পৰিয়াল বৰ্গ চিন্তিত হৈ পৰিছে।

প্ৰতিভাবান ফুটবল খেলুৱৈ গৰাকী যোৱা ৩ মাৰ্চৰ পৰা অন্তৰ্ধান হৈ থকাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

হাজাৰি উৰাঙৰ গৃহত অহা ৯ মাৰ্চত বিয়া এখন অনুষ্ঠিত হ’ব কিন্তু যুৱকজন নিৰুদ্দেশ হৈ পৰাত পৰিয়ালটো চিন্তিত হয় পৰিছে।

পৰীয়াল বৰ্গই আৰক্ষীয়ে যুৱকজনৰ উদ্ধাৰৰ ক্ষেত্ৰত কোনো ভূমিকা গ্ৰহণ নকৰা অভিযোগ উত্থাপিত কৰিছে।

Leave A Reply