প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ পিছতে ডাঙৰ সিদ্ধান্ত ল’লে গায়িকা মৰ্মিতা মিত্ৰই।(Marmita Mitra)
জুবিন গাৰ্গৰ মৃত্যুত শোকত ম্ৰিয়মাণ প্ৰতিগৰাকী ব্যক্তি।
জুবিন গাৰ্গবিহীন অসমত উছাহ নাই শাৰদীয় দুৰ্গোৎসৱৰ।
ৰাজ্যৰ প্ৰায় প্ৰতিখন দুৰ্গাপূজাতে প্ৰাণ শিল্পী জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি আৰু বাজিছে জুবিন গাৰ্গৰ মায়াবিনী।
এইবাৰ দুৰ্গা পূজাত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন নকৰে বংগ কন্যা তথা অসমৰ বোৱাৰী মৰ্মিতা মিত্ৰই।
জুবিনৰ মৃত্যুৰ তদন্তৰ দাবী উত্থাপন কৰি ছ’চিয়েল মিডিয়াত জনালে এই কথা।

