পশ্চিম দৰঙৰ গঙ্গাপুখুৰী আঞ্চলিক ঈদগাহ ময়দানত সমূহীয়া ঈদৰ নামাজ

আজি পৱিত্ৰ ঈদ-উল-ফিটৰ৷ৰমজানৰ মাহযোৰা কঠোৰ ব্ৰত পালনৰ অন্তত আজি সমগ্ৰ বিশ্বৰ ইছলামধৰ্মী লোকসকলে আনন্দ উল্লাসেৰে ঈদ-উল-ফিটৰ পালন কৰে৷১৯৪০ চনতে স্থাপিত নামখলা সমীপৰ গঙ্গাপুখুৰী আঞ্চলিক ঈদগাহ ময়দানতো পৱিত্ৰ ঈদৰ সমূহীয়া নামাজ আদায় কৰে৷বিশ্বত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰি সুদৃঢ় কৰাৰ উদ্দেশ্যে নামাজৰ ইমামতি কৰে আনহাজ মৌলিনা ফইজুলহক নাদৱীয়ে

Related Articles