February 14, 2024 কাছাৰৰ উধাৰবন্দত বিধ্বংসী অগ্নিকাণ্ড ! অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্রী ভস্মীভূত… Blazing fire flame black and white for background and abstract Share FacebookTwitterWhatsAppTelegramKooEmail কাছাৰৰ উধাৰবন্দত বিধ্বংসী অগ্নিকাণ্ড। চইলতা কান্দিৰ তাজল উদ্দিন নামৰ এজনৰ ঘৰত এই অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে জাহ গ’ল লোকজনৰ বাসগৃহ। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্রী ভস্মীভূত। Blazing fire flame black and white for background and abstract অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026