কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মনসুখ মাণ্ডব্যৰ সৈতে ২৫ জুলাইত আলোচনা কৰাৰ পিছত নামৰূপ সাৰ কাৰখানা বন্ধ নহয় সদৰী কৰিছে ।

কিন্তু অসমৰ ৰাইজক আশ্বস্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে আনুষ্ঠানিক জাননী জাৰী কৰা উচিত । সংসদত বন্ধ হ’ব বুলি কৈ এতিয়া সাধাৰণ ভাবে ক’লেই নহ’ব।

এই মন্তব্য অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ।

