Breaking

অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ ‘নাগৰিকত্ব সংশোধনী আইনৰ’ বিষয়ে মন্তব্য…

0 58

‘নাগৰিকত্ব সংশোধনী আইন, ২০১৯ গ্ৰহণ কৰা ৪ বছৰ হ’ল, কিন্তু আজিও কাৰ্যকৰী কৰিব নোৱাৰিলে। কাৰণ সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ নেতৃত্বত এই আইনৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে বিচাৰ হ’ব ।

বিচাৰপীঠ পুনৰ ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব । সমগ্ৰ ভাৰতৰ বিভিন্ন সংগঠনৰ আৰু ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে এই আইনৰ বিৰুদ্ধে দিয়া ৩৫০টা গোচৰো বিচাৰাধীন হৈ আছে’ ।

এই মন্তব্য অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ।

Leave A Reply