Breaking

১৯-২১ এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফলঃ মুখ্যমন্ত্ৰী…

0 25

১৯-২১ এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল।

সৰু পথাৰত নিৰ্বাচনী প্ৰচাৰত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ভাষণৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এইল কথা ঘোষণা কৰে।

Leave A Reply