আজি (Me-Dam-Me-Phi) টাই-আহোমসকলৰ পৱিত্ৰ উৎসৱ মে-ডাম-মে-ফী। মহানগৰীত অনুষ্ঠিত টাই আহোমসকলৰ মূল উৎসৱ ‘মে-ডাম-মে-ফী’ত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মে ডাম-মেফিৰ দিনাই কংগ্ৰেছৰ নতুন বৰ অসমকলৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া-
‘কংগ্ৰেছে অবৈধ বাংলাদেশীক লৈ নতুন বৰ অসম গঢ়িব খুজিছে’
‘স্বৰ্গদেউ চাওলুং চ্যুকাফাই নিৰ্মাণ কৰি গৈছে বৰ অসম’
‘কংগ্ৰেছে নতুন বৰ অসম গঢ়িম কৈ বুলি কি বুজাব বিচাৰিছে?’
‘বৰ অসম চাওলুং চ্যুকাফাই ৬০০ বছৰ আগতেই নিৰ্মাণ কৰিছে ‘
‘গৌৰৱ গগৈয়ে চাওলুং চ্যুকাফাৰ বৰ অসমক আওকাণ কৰি অবৈধ বাংলাদেশীসকলক লৈ নতুন বৰ অসম গঢ়াৰ সপোন দেখিছে’
‘নতুন বৰ অসম আমাক প্ৰয়োজন নাই’।
‘স্বৰ্গদেউ চাওলুং চ্যুকাফাই নিৰ্মাণ কৰি গৈছে বৰ অসম’।
এইদৰে APCCৰ সভাপতি গৌৰৱ গগৈক পুনৰ উভতি ধৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

