জনতা ভৱনত অসম কেবিনেটৰ বৈঠক। বৈঠকত কি কি সিদ্ধান্ত লোৱা হয়…

আজি জনতা ভৱনত অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ প্ৰগতি আৰু উন্নয়নৰ বাটত সহায়ক হোৱাকৈ আজিৰ কেবিনেটত চাহ বাগিচা অঞ্চলত যুৱ দক্ষতা বৃদ্ধি, ‘আপোন ঘৰ’ আঁচনিৰ অধীনত ধন আবণ্টন আৰু ভূমি সংৰক্ষণ সেৱা নীতিৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই সিদ্ধান্তসমূহে অনাগত দিনত বিভিন্ন ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি দৃঢ় বিশ্বাসী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Related Articles