সভা-সমিতি, ৰেলী উলিয়ালেও দিব লাগিব কৰ…

সভা-সমিতি, ৰেলী উলিয়ালেও দিব লাগিব কৰ

সাংস্কৃতিক সমদল, অনুষ্ঠান, বিহু, অনুষ্ঠান আদিৰ অনুমতিৰ বাবে ৩০০ টকা

ৰাজনৈতিক ৰেলী, অনুষ্ঠান আৰু সভাৰ অনুমতিৰ বাবে ২০০০ টকা

সকলো ধৰণৰ খেল-ধেমালিৰ অনুষ্ঠানৰ অনুমতিৰ বাবে ২০০০ টকা

বাটৰ নাট, সজাগতা ৰেলী, অনুষ্ঠানৰ অনুমতিৰ বাবে ৫০০ টকা

বাণিজ্য মেলা, খাদ্য মেলা, এক্সপ’, আদিৰ অনুমতিৰ বাবে ৫০০০ টকা

বাণিজ্যিক নিৰ্মাণৰ অনুমতিৰ বাবে গুৱাহাটীত ৫০ হাজাৰ টকাৰ মাচুল

ৰাজ্যৰ আন প্ৰান্তত ২৫ হাজাৰ টকাৰ মাচুল

পেট্ৰ’ল পাম্প আৰু গেছ এজেন্সীৰ অনুমতিৰ বাবে ১০ হাজাৰ টকা

প্রাইভেট এমপ্লয়মেন্ট ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল

ভাড়াঘৰ আৰু PGৰ ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল

ঘৰৰ বনকৰা লোকৰ ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল

Related Articles