পুনৰ বিশ্ব কঁপাই যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা।(Mexico Plane Crash)
থিতাতে প্ৰাণ গ’ল ১০জনৰ।
মাজ আকাশতে হাহাকাৰ পৰিস্থিতি।
৮ জনকৈ যাত্রীসহ দুজন ক্রু মেম্বাৰ নিহত।
এখন ব্যক্তিগত বিমানত এই দুৰ্ঘটনা।
জৰুৰীকালীন অৱতৰণৰ সময়তে চাৰ খাৰ হ’ল বিমানখন।
মেক্সিকোত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনা।
মধ্য মেক্সিকোত সংঘটিত এই ঘটনা।

